Passport Documents Required in Assam

অসমত পাছপৰ্ট বনোৱাৰ বাবে প্ৰয়োজনীয় নথিপত্ৰ

অসমত Passport ৰ বাবে আবেদন কৰাৰ সময়ত কিছুমান প্ৰয়োজনীয় নথিপত্ৰৰ ব্যৱস্থা কৰিব লাগে। তলত এই নথিপত্ৰবোৰৰ সম্পূৰ্ণ তালিকা আৰু আবেদন প্ৰক্ৰিয়া বিৱৰণ দিয়া হৈছে।

Documents Required for Passport প্ৰয়োজনীয় নথিপত্ৰসমূহ:

1. Educational Qualification শিক্ষাগত অৰ্হতা:

  • সৰ্বোচ্চ শিক্ষাৰ প্ৰৱেশ পত্ৰ (Admit Card)
  • মাৰ্কশ্বিট (Marksheet)
  • শিক্ষাৰ প্ৰমাণপত্ৰ (Certificate)

2. Age Proof জন্ম প্ৰমাণপত্ৰ:

  • Birth Certificate জন্ম প্ৰমাণপত্ৰ বা
  • HSLC Admit
  • PAN or Aadhaar Card
  • School Certificate ( with Counter Signature )

3. ID Proof for Passport :

  • Aadhaar Card আধাৰ কাৰ্ড,
  • Voter ID ভোটাৰ কাৰ্ড বা
  • PAN Card পান কাৰ্ড।

4. Photo ফটো:

5. ভোটাৰ তালিকা:

  • ১৯৫১ NRC তালিকা
  • ১৯৬৬ আৰু
  • ১৯৯৭ চনৰ ভোটাৰ তালিকাৰ কপি ।
  • Current Voter List
  • NRC Draft Copy । Click Here

Documents Required for Passport in Assam

Online Process for Passport অনলাইন আবেদন প্ৰক্ৰিয়া:

১. অনলাইন আবেদন আৰম্ভ কৰক:
প্ৰথমে Passport Seva Portal ত লগইন কৰি নতুন আবেদন আৰম্ভ কৰক। সকলো নথিপত্ৰ ঠিক কৰক আৰু ফিছ জমা কৰক।

২. Take Appointment Date তাৰিখ নিৰ্ধাৰণ কৰক:
অনলাইন আবেদন দাখিল কৰাৰ পিছত, ক্যালেণ্ডাৰৰ পৰা আপোনাৰ সুবিধাজনক তাৰিখত আপোনাৰ নিকটতম পাসপ’ৰ্ট কাৰ্যালয় (Passport Office)ত সাক্ষাৎৰ বাবে সময় লোৱা।

Office Visit সাক্ষাৎ প্ৰক্ৰিয়া:

৩. Visit Nearest Passport Office নিকটতম পাসপ’ৰ্ট কাৰ্যালয়ত সাক্ষাৎ:
নিৰ্ধাৰিত তাৰিখত, সকলো নথিপত্ৰসহ পাসপ’ৰ্ট কাৰ্যালয়লৈ (Passport Office) যাব লাগিব । তাৰ লগত ফিছৰ ৰিচিপ লৈ যাব। সকলো নথিপত্ৰৰ সত্যতা পৰীক্ষা কৰা হ’ব।

Visit Nearest Police Station

৪. Visit Local Police Station :
কিছুদিনৰ ভিতৰত আপোনাক আপোনাৰ ওচৰৰ আৰক্ষী থানাত যাব লাগিব । পুলিচ বিষয়াই আপোনাৰ দাখিল কৰা নথিপত্ৰ Verify কৰিব আৰু ভোটাৰ তালিকাৰ তথ্য মিলাই চাব।

৫. Visit District SP Office
তাৰপিছত আপোনাৰ পৰীক্ষিত ফাইল জিলাৰ SP কাৰ্যালয়ত প্ৰেৰণ কৰা হ’ব। তাত SP বিষয়াই নথিপত্ৰসমূহৰ Reverification কৰিব।

৬. পাছপ’ৰ্ট প্ৰেৰণৰ সময়:
সকলো যাচাই প্ৰক্ৰিয়া শেষ হ’লে, আপোনাৰ পাসপ’ৰ্ট ডাকযোগে আপোনাৰ ঠিকনাত প্ৰেৰণ কৰা হ’ব।

Important web links

Official WebsiteClick Here
Online RegistrationClick Here

Contact Information

⬇️ Follow On Social Media To Know More & Learn 👇

Whatsapp No.9365942927
InstagramClick Here
FacebookClick Here
TwitterClick Here
LinkedinClick Here

You can also learn with Babu Printers

Disclaimer

  1. Learning, Awareness and Education is the purpose of this Blog/Website.
  2. If you find any mistake or error please kindly inform usthanks

Reference this article

  • Official Website (Notice)

What are the documents required for a passport in Assam?

To apply for a passport in Assam, you’ll need several important documents:
1. Your highest educational qualification’s admit card, marksheet, and certificate
2. NRC copy from 1951, if available
3. A correct voter list, or copies from the 1966 and 1997 voter lists
4. A birth certificate or your HSLC admit card
5. ID proofs like Aadhaar, voter ID, or PAN card
6. Passport-sized photos
7. A copy of the NRC draft, if applicable.

Which documents are required for a passport?

The key documents for a passport application include your educational documents, NRC and voter list, birth certificate, ID proofs (Aadhaar, voter ID, PAN), and recent photos. All these need to be arranged before starting the online application process.

Is Aadhaar required for a passport?

Yes, Aadhaar is one of the ID proofs you can submit. However, other documents like a voter ID or PAN card can also be used as alternatives for identity proof.

How many Rs are required for a passport?

The fees for a passport application depend on the type of passport and service you’re applying for (regular or Tatkal). Generally, for a regular passport, the fees are around Rs 1,500 to Rs 2,000. You can check the exact amount while submitting your application online.

Leave a Reply