Anundoram Borooah Award 2024
Govt. of Assam, অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিছে Anundoram Borooah Cash Award Scheme (ARBAS) 2024ৰ বাবে। যোগ্য ছাত্র-ছাত্রীসকলে ARBAS 2024ৰ বাবে অনলাইন আবেদন কৰিব পাৰে Bidyarthi or Madhyamik portalsৰ দ্বাৰা।
Anundoram Borooah Award Scheme
এই বঁটা প্ৰদান কৰা হৈছে Late Anundoram Borooahৰ সন্মানত, যিনি চাৰ্থ ভাৰতীয় (আৰু প্ৰথম অসমীয়া) হিচাপে ICSত যোগদান কৰিছিল আৰু প্ৰথম ভাৰতীয় হিচাপে Deputy Commissioner নিযুক্ত হৈছিল।
Aims প্ৰকল্পৰ লক্ষ্য
এই বঁটা প্ৰকল্পটো 2005 চনত আৰম্ভ কৰা হৈছিল ছাত্র-ছাত্রীসকলৰ প্ৰৰোচনা আৰু শিক্ষাৰ মান উন্নীত কৰাৰ উদ্দেশ্যে, যাতে তেওঁলোকে Information and Communication Technologyৰ সৈতে পৰিচিত হ’ব পাৰে।
প্ৰকল্পৰ বিৱৰণ:
- Name of scheme: Anundoram Borooah Cash Award Scheme (ARBAS) 2024
- Year of launch: 2005
- Award amount: Rs.15,000/-
- Name of government: Govt. of Assam
- Name of organization: Education (Secondary) Department
- Mode of application: Online
Helpline
- Phone: 0361-355-8-170
- WhatsApp: 9435776767
- Email: scholarships.assam@gmail.com
Award History
2019 পৰ্যন্ত, ARBAS Award Schemeৰ অধীনত ছাত্র-ছাত্রীসকলক 1 খন লেপটপ আৰু 2 বছৰীয়া 3G/ 4G ইণ্টাৰনেট ছাবস্ক্ৰিপশ্যন, NCERT পাঠ্যক্ৰমৰ সমস্ত বিষয়ৰ পিডিএফ ফৰ্মেটত বই আৰু ডিজিটেল কণ্টেন্টৰ সৈতে প্ৰদান কৰা হৈছিল।
কিন্তু 2020 চনত COVID-19ৰ বাবে, লেপটপৰ সলনি ছাত্র-ছাত্রীসকলক Rs. 20,000/- প্ৰদান কৰা হৈছিল। 2024 চনত চৰকাৰে সিদ্ধান্ত লৈছে যে, প্রত্যেক যোগ্য ছাত্র-ছাত্ৰীৰ বেংক একাউণ্টত Rs. 15,000/- প্ৰদান কৰা হ’ব।
Eligiblity যোগ্যতা
- Educational Qualification & Percentage: SEBA-ৰ অধীনত HSLC পৰীক্ষাত Star Marks বা 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা ছাত্র-ছাত্রীসকলে ARBAS 2024ৰ বাবে আবেদন কৰিব পাৰিব।
- Year of passing: 2024
- Examination Board: Board of Secondary Education, Assam (SEBA)ৰ অধীনত পৰীক্ষা উত্তীৰ্ণ ছাত্র-ছাত্ৰীৰ বাবে প্ৰযোজ্য।
Online Application Process অনলাইন আবেদন প্ৰক্ৰিয়া
- Important Web-Link চেপি স্ক্ৰল কৰক।
- Online Application Form Link ক্লিক কৰক।
- অফিসিয়াল ৱেব পোর্টেল প্রদর্শিত হ’ব।
- Roll Code, Roll No, Date of Birth দিয়ক আৰু Login বুটামত ক্লিক কৰক।
- বেংক একাউন্টৰ তথ্য সহ সকলো ডিটেইল পূৰণ কৰক আৰু সংৰক্ষণ কৰক।
- প্ৰয়োজনীয় নথিপত্ৰ আপলোড কৰক আৰু আবেদন প্ৰেৰণ কৰক।
- আবেদনৰ acknowledment receipt সংৰক্ষণ কৰক।
- Login কৰাত অসুবিধা হলে, উল্লেখিত হেল্পলাইন নম্বৰত যোগাযোগ কৰক বা District Inspector of Schoolৰ কাৰ্যালয়ত ভিজিট কৰক।
Documents Required নথিপত্ৰৰ প্ৰয়োজনীয়তা
Sl No. | Type of Documents |
---|---|
1 | HSLC/AHM Certificate and Marksheet |
2 | Front Page of Bank Passbook |
3 | Mobile Number |
নথিপত্ৰৰ স্পেচিফিকেশ্বন
………
গুৰুত্বপূর্ণ তাৰিখ
- অনলাইন আবেদন আৰম্ভণিৰ তাৰিখ: 15th July 2024
- অনলাইন আবেদনৰ শেষ তাৰিখ: 18th August 2024
- বঁটা বিতৰণৰ তাৰিখ: পিছত ঘোষণা কৰা হ’ব
Contact Information
⬇️ Follow On Social Media To Know More & Learn 👇
Whatsapp No. | 9365942927 |
Click Here | |
Click Here | |
Click Here | |
Click Here |