History of Computer in Assamese। কম্পিউটাৰৰ বুৰঞ্জী

আৰম্ভণি । History of Computer

কুৰি শতিকাত মানৱ সমাজলৈ আগবঢ়োৱা অতি জনপ্রিয় উপহাৰটো হৈছে কম্পিউটাৰ।কম্পিউটাৰ হৈছে প্ৰগ্ৰেম কৰিৱ পৰা বৈদ্যুতিক মেচিন। কম্পিউটাৰে নিজে একো কৰিব নােৱাৰে। কম্পিউটাৰ মানৱ সমাজৰ কৰ্মৰ পৰা উর্ধত নহয়। কম্পিউটাৰে সকলাে কাম কৰিলেও কিন্তু কম্পিউটাৰে কেতিয়াও নিজেই নিজৰ কাম কৰিৱ নােৱাৰে। কম্পিউটাৰৰ কাৰ্য্য আৰু নিজস্ব ধর্ম অনুসৰি কম্পিউটাৰক এনেদৰেও কবি পাৰি -“কম্পিউটাৰ এটা সুনিয়ন্ত্রিত বৈদ্যুতিক যন্ত্র, যিটোৱে বাইনেৰি ৰূপত বিভিন্ন নীতি নির্দেশনা গ্রহণ কৰি বিভিন্ন গননা আৰু কাৰ্য্য নিয়ন্ত্রন বা সমাধান কৰিব পাৰে”।

কম্পিউটাৰ শব্দটো কম্পিউট “Compute” শব্দৰ পৰা আহিছে। Compute মানে গননা। গতিকে কম্পিউটাৰ মানে গননা কৰা যন্ত্র বুলি বিবেচনা কৰিৱ পাৰাে। যিটোৱে যােগ, বিয়ােগ, পূৰণ, হৰণ আৰু <, >, <=, >= অর্থাৎ ডাঙৰ, সৰু, ডাঙৰ সমান, সৰু সমান ইত্যাদি ধৰণৰ লােজিকেল গণনা বােৰ কৰিৱ পাৰে।

উদ্দেশ্য

কম্পিউটাৰ বনােৱাৰ প্রকৃত উদ্দেশ্য আছিল “ এটা খৰতকীয়া মেচিন বনােৱা, যিটোৱে সােনকালে সমস্যা সমাধান কৰিৱ পাৰে”। যি কি নহওক পৃথিবীৰ শতকৰা ৮০% তকৈ বেছি কাম বর্তমান কম্পিউটাৰৰ জৰিয়তে সমাধান কৰা হয়।

কম্পিউটাৰৰ বুৰঞ্জী

উদ্ভাৱনৰ মাতৃ প্রয়ােজনীয়তা। Blaise pascal এ 1642 চনত প্রথম যােগ কৰিৱ পৰা যন্ত্র এটা বনাইচিল। ইয়াৰ পিছত 1971 চনত Baron Gottfried wilhem Von Leibniz জার্মানৰ তেওঁ প্ৰথম পুৰণ কৰিৱ পৰা যন্ত্র উদ্ভাৱন কৰে। Keyboard যুক্ত মেচিন প্রতিষ্ঠা কৰে United State 1880 চনত আৰু এইটো বর্তমানলৈ প্রচলিত।

Charles Babage, 1900 শতিকাত,Combrige University ত থকা সময়ত বৰ্তমানৰ আধুনিক ডিজিটেল কম্পিউটাৰৰ কথা মনলৈ আহে, 1842 চনত তেওঁ Analytical Engine নামে এক নতুন ধাৰণা দিয়ে। যিটোৱে প্রাথমিক যােগ, বিয়ােগ, পূৰণ, হৰণ কৰিব পাৰে। ইয়াৰ কাৰ্য্যৰ গণনাৰ গতি 60 sec.। Charles Babbage আধুনিক কম্পিউটাৰ জন্মদাতা বুলি কোৱা হয়।

The Mark I Computer (1937-44)

এই কম্পিউটাৰ টোক স্বয়ংক্রিয় কেলকুলেটৰ বুলি জনাজাত। ইয়াক প্রথম হাভার্ড ইউনিভাৰচিটিত বনােৱা হয়। এই কম্পিউটাৰটোৰ আকৃতি ডাঙৰ আৰু জটিল আকৃতিৰ, কম্পিউটাৰটোৱে সহজতে যােগ কম্পিউটাৰ বিজ্ঞান আৰু ব্যৱহাৰ বিয়ােগ, পুৰণ হৰণ কৰিৱ পাৰিছিল যদিও গণনাৰ কাৰণে বহুত সময়ৰ প্ৰয়ােজন হৈছিল, ইয়াত Panched Card জৰিয়তে ডাটাবােৰ ইনপুট কৰা হৈছিল।

The Atanasoff-Berry Computer (1939-42)

এই ইলেকট্রনিক মেচিন টোক ABCবুলি জনাজাত। ইয়াৰ জন্মদাতা Dr. John Atansoft আৰু সহযােগী Clifford Berry৷ ইয়াত 45 টা ভেকুওকাম টিউব ভিতৰুৱা কাম কৰাৰকাৰণে আৰু তথ্য জমা কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়।

The Eniac (1943• 46)

Eniac ৰ সম্পূর্ণ নাম Electronic Numerical Integrator and Calculator। এইটো প্রথম ইলেকট্রনিক কম্পিউটাৰ। ইয়াৰ জন্মদাতা J. Presper Eckert আৰু John Mauchly অৱশ্যে লগত এওলােকৰ সহযােগী আছিল। ইয়াক মিলিটেৰি বিলাকৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এই কম্পিউটাৰটো অন্য কম্পিউটাৰতকৈ দ্রুত আছিল। ইয়াত সিমিত পৰিমানৰ তথ্য জমা কৰি ৰাখিৱ পাৰি আৰু ইয়াৰ প্রগ্রেমবােৰ পঢ়িৱ বৰ কঠিন।

The Edvac (1946-52)

Edvac yog tonia Electronic Discrete Variable Automatic Computer. I Dr. John Van Neumann প্রথম Edvacনক্সাৰ কম্পিউটাৰ বনায়। এই যন্ত্ৰটোৱে দশমিক সংখ্যাৰ পৰিবৰ্তে নির্দেশনা (Instructon) আৰু ডাটা (Data) বোৰ বাইনেৰি ৰূপত জমা কৰি ৰাখিৱ পাৰে।

The Edsac (1947-49)

Edsacসম্পূর্ণনাম Electronic Storage Automatic Calculator। বৃটিছসকলে ইয়াক বিকশিত কৰে। ইয়াক প্রথম কেমব্রীডজ ইউনিভাৰচিটিৰ গণিত শাস্ত্ৰৰ পৰীক্ষাগাৰত অধ্যাপক Maurice Wilkes অধীনত বিকশিত হৈছিল। এইটো Edvac ৰ তুলনাত দ্রুত।

Manchester mark I (1948)

এই মেচিনটো অধ্যাপক M.H.A New man এ বিকশিত কৰে। ইয়াত নিম্ন মানৰ ডাটা সঞ্চয় কৰাৰ ক্ষমতা থাকে। ইয়াৰ সঞ্চয় ক্ষমতা 32 টা শব্দ।

The UNIVACI (1951)

UNIAVৰ সম্পূর্ণনাম Universal Automatic Computer.এইটো প্রথম ডিজিটেল কম্পিউটাৰ। ইয়াৰ প্ৰথম General Electric Corporation এ 1954 চনত ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰে। Intemational Business Machines (IBM) Corporation এ বিকশিত কৰে উক্ত মেচিনটো ইয়াক ব্যৱসায় আৰু বিজ্ঞান ভিত্তিক কাম কাজ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হয়।

You Can Read Also

Disclaimer: This website shares articles to help people learn and understand new things. We try to be correct, but if you find a mistake, please let us know. Thank you!

Personal Contact Information for Any Help or Suggestion

⬇️ Follow On Social Media To Know More & Learn 👇

My Youtube ChannelClick Here
Whatsapp No. only text9365942927
InstagramClick Here
FacebookClick Here
TwitterClick Here
LinkedinClick Here

This Post Has One Comment

  1. Sofiqul

    I want pdf

Leave a Reply

You are currently viewing History of Computer in Assamese। কম্পিউটাৰৰ বুৰঞ্জী